Sanjida khatun biography of william hill


  • Sanjida khatun biography of william hill
  • [MEMRES-5]...

    সনজীদা খাতুন

    সনজীদা খাতুন
    জন্ম৪ এপ্ৰিল, ১৯৩৩ (৯১ বছৰ)
    ব্ৰিটিছ ভাৰত
    ৰাষ্ট্ৰীয়তাবাংলাদেশী
    শিক্ষাএম.এ, পিএইছডি
    শিক্ষানুষ্ঠানঢাকা বিশ্ববিদ্যালয়
    বিশ্ব ভাৰতী বিশ্ববিদ্যালয়
    পেচাৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষকতা
    জনা&#;যায়ছায়ানটৰ অধ্যক্ষ
    দাম্পত্যসঙ্গীৱাহিদুল হক
    পিতৃ-মাতৃকাজী মোতাহাৰ হুছেইন
    আত্মীয়-স্বজন
    • কাজী আনোৱাৰ হুছেইন (ভাতৃ)
    • ফাহমিদা খাতুন (ভগ্নী)
    • কাজী মেহবুব হুছেইন (ভাতৃ)
    বঁটা, সন্মান, পুৰস্কাৰ আদিএকুশে পদক, ১৯৯১
    বাংলা একাডেমী সাহিত্য পুৰস্কাৰ, ১৯৯৮
    পদ্মশ্ৰী, ২০২১


    সনজীদা খাতুন (ইংৰাজী: Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩)[1] এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।[2] তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভাপতি